how did Ramchandra died ?

 ভগৱান ৰামচন্দ্ৰ হৈছে ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ। ভগৱান ৰামচন্দ্ৰ হৈছে পুৰুষোত্তম, তেওঁ অৱতীৰ্ণ হৈছিল ট্ৰেতা যুগত, অযোধ্যাৰ যুৱৰাজ হিচাপে। অপশক্তিৰ বিনাশ আৰু ধৰ্মৰক্ষাৰ বাবে তেওঁৰ আবিৰ্ভাৱ হৈছিল ; অৰ্থাৎ ভগৱান বিষ্ণুই মানৱ ৰূপী দেহ ধাৰণ কৰিছিল সেই কথা সকলোৰে অৱগত। আৰু জাগতিক নিয়ম অনুসৰি এক নিৰ্দিষ্ট সময়ৰ অন্তত তেওঁ দেহContinue Reading

Share it with:
what happens to soul after death of a person

  মৃত্যুৰ কথা ভাবিলে সকলো লোক কিছু সময়ৰ বাবে হলেও আচম্বিত হৈ পৰে তথাপি মৃত্যু কিন্তু সত্য , মৃত্যু অনিবাৰ্য। কিন্তু মৃত্যুৰ পিছৰ সত্য কি সেয়া কোনোৱে নাজানে, আত্মা কেনেকৈ দেহ ত্যাগ কৰে, আত্মাই কেনেকৈ যমলোকে যায় সেইবোৰ প্ৰশ্নৰ উত্তৰ যদি কৰবাত আছে সেয়া হৈছে গৰুড় পুৰাণ। গৰুড় পুৰাণত এটিContinue Reading

Share it with:
Secretes of Ganga river

  হিন্দু ধৰ্মত গঙ্গা নদীক পবিত্ৰ বুলি মান্যতা দিয়া হয় । মহাভাৰত আৰু পুৰাণ সমূহত গঙ্গাৰ মহত্বৰ উল্লেখ পোৱা যায়। স্কন্দ পুৰাণত এই নদীক অধিক মহত্ব দিয়া হৈছে। এইটো বিশ্বাস আছে যে যিকোনো পুৰুষ বা মহিলাই এই গঙ্গা নৈত স্নান কৰিলে সমস্ত পাপ খণ্ডন হৈ যায়। কিন্তু ইয়াৰ প্ৰকৃত ৰহস্যContinue Reading

Share it with:
Different existence of Shiva

  হিন্দু ধৰ্মৰ প্ৰধান আৰাধ্য হৈছে দেৱ আদিদেৱ মহাদেৱ , সৃষ্টিৰ আদিৰ পৰা যাৰ অস্তিত্ব বিৰাজমান তেওঁ হৈছে ভগৱান শিৱ। হিন্দু পুৰাণত ভগৱান শিৱক ধ্বংসকৰ্তা বা destroyer বুলিও কোৱা হৈছিল। হিন্দু মহাপুৰাণ সমূহত মহাদেৱ শিৱৰ বিভিন্ন কাহিনীৰ বর্ণনা আছে আৰু বেদত আছে শিৱৰ ৰুদ্ৰৰূপৰ ব্যাখ্যা। সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুৰ যেনেকৈContinue Reading

Share it with:
curse of mother Sita

  বহু সময়ত দেখা যায় যে কুকুৰে তুলসী গছ দেখিলেই সেই গছৰ ওপৰত পেচাব কৰি দিয়ে, কিন্তু সেই ৰহস্যময় কথা জানেনে কিয় কুকুৰে তুলসী গছত পেচাব কৰি দিয়ে ? পৌৰাণিক কি কাহিনীৰ বাবে , কাৰ অভিশাপৰ বাবে তুলসী গছে এতিয়াও এই শাস্তি ভোগ কৰি আছে ? এক পৌৰাণিক কাহিনী অনুসৰিContinue Reading

Share it with:
Excellent parenting tips

 সকলো অভিভাৱকে ভাবে যে নিজৰ সৰু শিশুটি ভাল হওঁক ডাঙৰ হওঁক, আৰু ভৱিষ্যত ডাঙৰ মানুহ হওঁক। কিন্তু বাস্তৱত সকলোৰে সেই ভাগ্য নাথাকে ফলত অভিভাৱকে তেওঁলোকৰ সন্তানক মানুহ কৰি গঢ়িবলৈ সক্ষম নহয় যাৰ পৰিপ্ৰেক্ষিতত সেই সন্তান ডাঙৰ হৈ সমাজৰ আৰু দেশৰ ক্ষতিসাধন কৰে, পৰিয়ালৰ সকলো মান সন্মান ধূলিত মিহলাই দিয়ে। এটাContinue Reading

Share it with:
5 great mistakes of life

 যৌৱন এনে এক সময় যাক সঠিক কামত, সঠিক পথত আগুৱাই নিলে ইতিহাস সৃষ্টি কৰিব পাৰি আৰু যদি ইয়াক ভুল পথেৰে লৈ যোৱা হয় তেতিয়া সকলো শেষ হৈ যায় , জীৱন অন্ধকাৰ হৈ পৰে। মানুহে যদি এই যৌৱনত এনে কিছুমান ভুল কৰে তেন্তে তেওঁ জীৱনত একো পাবলৈ সক্ষম নহয় বৰং সকলোContinue Reading

Share it with:

  প্ৰাচীন কালৰে পৰা শিৱ লিংগৰ পূজা অৰ্চনা বিৰাজমান ; বহুজনে প্ৰশ্ন কৰে আকৌ যে শিৱলিংগ আচলতে কি ? হিন্দু পুৰাণ অনুসৰি ভগৱান শংকৰ যিজনেই দেৱ আদিদেৱ মহাদেৱ ৰূপে পৰিচিত তেওঁৰ লিংগকে শিৱলিংগ বুজা যায়। শিৱলিংগ হৈছে পুৰুষ লিংগ, যদি ভালদৰে এই শিৱলিংগৰ গঠন লক্ষ্য কৰা যায় তেতিয়া দেখা যায়Continue Reading

Share it with:
THE TIME PERIOD OF EARTH

সনাতন হিন্দু ধৰ্মত কাল বা সময়ক চাৰিটা ভাগত বিভক্ত কৰা হৈছে ; সত্যযুগ, ট্ৰেটাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। বৰ্তমান আমি যি কালচক্ৰত বসবাস কৰি আছো ইয়াকে কলিযুগ বুলি কোৱা হৈছে। আৰু এই কলিযুগৰ কিছু বৈশিষ্ট্য হৈছে এই যুগত সদায় মানুহ মানসিক দুখ, কষ্ট, যন্ত্ৰণাত জর্জৰ হৈ থাকিব লগতে মানুহে নিজৰ প্ৰকৃতContinue Reading

Share it with:
secretes of earth

  সকলোৱে অৱগত যে হনুমান এই কলিযুগৰ অন্তিম পৰ্যায়লৈ সোশৰীৰে থাকিব , তেখেত আজিও এই পৃথিৱীত বিচৰণ কৰি আছে। আৰু এইটোও সকলোৱে জানে যে ভগৱান শ্ৰীৰামৰ কৃপা লাভ কৰিবলৈ হনুমানক প্ৰসন্ন কৰিব লাগে , হনুমানৰ কৃপা অবিহনে কোনোৱে শ্ৰীৰামচন্দ্ৰ ওচৰলৈ যাব নোৱাৰে। হনুমান আমাৰ ৰক্ষক আৰু তেওঁ এই কলিযুগৰ সকলোতকৈContinue Reading

Share it with: