Colombia as tourist place

এখন গাঁওৰ যুৱতীয়ে কাপোৰ নিপিন্ধে কিয় জানিলে আচৰিত লাগিব !

পৃথিৱীৰ প্ৰত্যেক খন দেশৰ গাঁও সমূহৰ কিছু নিজস্ব বৈশিষ্ট্য আছে , সেয়া হয়তো দেশ খনৰ নিজস্ব সাংস্কৃতিক ঐতিহ্য বা ইতিহাসৰ বাবেই হ’ব পাৰে।পৃথিৱীত এনে এখন দেশ আছে যি দেশৰ মহিলা যুৱতী পৃথিৱীৰ ভিতৰতে বেছি আকৰ্ষণীয় দেখা যায় যদিও মহিলাসকলৰ বেছিভাগে প্লাষ্টিক চাৰ্জাৰীৰ জৰিয়তে নিজকে আকৰ্ষণীয় কৰি তোলে । যি দেশৰ পথ সমূহত অইন দোকানতকৈ বেছি ফলমূলৰ ৰসৰ দোকান দেখা যায়। সেই দেশৰ লোকসকলে নাচ গান বেছি পছন্দ কৰে।

LOVE TIPSColombia as tourist place
যি দেশৰ এটি বৃহৎ অঞ্চল এমাজন জংঘলে আৱৰা ; সেই দেশৰ লোকে মাছ আৰু সামুদ্ৰিক খাদ্য আদি খাবলৈ বেছি পছন্দ কৰে। যিখন দেশৰ এখন গাওঁত নৃত্যৰ তালত দেহৰ কাপোৰ খুলিব লাগে, যিখন দেশক ‘বিগ ডলফিন” ( Big dolphin ) ৰ দেশ বুলিও কোৱা হয় আৰু সেইখন দেশেই হৈছে কলম্বিয়া ( Colombia ) । সেই দেশৰ ল’ৰাত কৈ ছোৱালীয়ে বেছিকৈ কাৰ্যালয়ৰ মুৰব্বী পদ লাভ কৰে।

Bangladesh as tourist venueBangladesh as tourist venue
পৰ্যটন ব্যৱস্থাৰ লগতে, প্ৰাকৃতিক সৌন্দৰ্য্য, সভ্যতা আদিত খুব ঐতিহাসিক এই দেশ। দক্ষিণ আমেৰিকাৰ উত্তৰ পশ্চিমে অৱস্থিত এখন ৰাষ্ট্ৰ হৈছে কলম্বিয়া , দেশখন চৰকাৰী ভাৱে কলম্বিয়া প্ৰজাতন্ত্ৰ হিচাপে পৰিচিত। যাৰ পূবে আছে ভেনেজুৱেলা আৰু ব্ৰাজিল, দক্ষিণে ইকুৱেদৰ আৰু পেৰু ; উত্তৰ পশ্চিমে আছে পনামা , আয়তন হৈছে ১১৪১৭৪৮ বৰ্গকিলোমিটাৰ, ২০১৮ চনৰ পৰিসংখ্যা অনুসৰি। দেশখনৰ জনসংখ্যা ৪৯৪০০০০০ জনৰো অধিক। আয়তন হিচাপে কলম্বিয়া বিশ্বৰ ২৫ তম দেশ আৰু জনসংখ্যা অনুসৰি বিশ্বৰ ২৯ তম জনবহুল দেশ।

Colombia as tourist place

বগতা ( Bogota ) হৈছে কলম্বিয়াৰ ৰাজধানী আৰু এই চহৰত প্ৰায় ৮০ লক্ষ্য লোকে বসবাস কৰে। সেই ৰাজধানী বগতাক দক্ষিণ আমেৰিকাৰ এথেনছ্ বুলি মান্যতা দিয়া হয়। ১৬ শতাব্দীৰ পৰা ১৯ শতাব্দী লৈ কলম্বিয়া আছিল স্পেইনৰ এখন ঔপনিবেশ । ১৮১৯ চনত দেশখনে স্বাধীনতা লাভ কৰে , দেশ খনৰ চৰকাৰী ভাষা স্পেনিছ আৰু কলম্বিয়া ত সমানুপাতিক ভাৱে ইংৰাজী ভাষাৰো প্ৰচলন আছে, প্ৰধান ধৰ্ম খ্ৰীষ্টান। দেশ খনৰ সৰ্বমুঠ আয়তনৰ প্ৰায় ৫০% তকৈ অধিক জংঘলে আৱৰি আছে, জনসংখ্যাৰ মাত্ৰ তিনি শতাংশ লোকহে সেই জংঘলসমূহত বসবাস কৰে আৰু সেইসকল লোক হৈছে জনজাতীয় লোক । এই জংঘল সমূহত আছে বিশাল আৰু বিস্তৃত প্ৰাণীজগত।

tourist place Cocos islandMalta as world heritage
কলম্বিয়াৰ সকলো মহিলা যুৱতী খুব সুন্দৰী আৰু আকৰ্ষণীয় কিয়নো সেই ঠাইৰ কোনো মহিলা যদি দেখাত ধুনীয়া নহয় তেন্তে তেওঁ প্লাষ্টিক চাৰ্জাৰীৰ দ্বাৰা নিজৰ দেহ আকৰ্ষণীয় কৰি লয়। সেই দেশৰ বেছিভাগ মহিলাই পোহনীয়া পশুৰ সৈতে সময় কটাই ভাল পাই । কলম্বিয়া এনে এখন দেশ যত লেটিন আমেৰিকা, ইউৰোপ, স্পেনিছ আৰু কেৰিবিয়ান আদি ভিন্ন দেশৰ সভ্যতা সংস্কৃতিৰ সংমিশ্ৰণ হৈ আছে ।
Uzbekistan as tourist placeBulgaria as tourist venue
এই দেশত পৃথিৱীৰ উৎপাদনৰ প্ৰায় সাত শতাংশ আটাইতকৈ দামী হীৰাৰ উৎপাদন হয়। দেশ খনৰ শিল্প সমূহৰ ভিতৰত আছে বস্ত্ৰ, ধাতু , বৈদ্যুতিক আচবাব আৰু সঁজুলি, খাদ্য উৎপাদন শিল্প ইত্যাদি প্ৰধান।

অদ্ভুত দেশ যত মানুহে নতুন অন্তৰ্বাস পিন্ধি নৱবৰ্ষ উদযাপন কৰে ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

অদ্ভুত দেশ যত মানুহে নতুন অন্তৰ্বাস পিন্ধি নৱবৰ্ষ উদযাপন কৰে !

এখন অদ্ভুত দেশ যত কুমাৰী যুৱতীক বজাৰত বিক্ৰী কৰা হয় ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

এখন অদ্ভুত দেশ যত কুমাৰী যুৱতীক বজাৰত বিক্ৰী কৰা হয় !

কলম্বিয়াৰ ওৱাজিৰ’ গাঁওৰ লোকসকলে গীত আৰু বাদ্যৰ তালত নৃত্য কৰি দিনৰ বেছিভাগ সময় কটাবলৈ পছন্দ কৰে আৰু নৃত্যৰ তালত যুৱক যুৱতীয়ে নিজৰ দেহৰ বস্ত্ৰ খুলি দিয়া এক পৰম্পৰা। কলম্বিয়াৰ বেছিভাগ লোকে ইজনে সিজনৰ সৈতে কথা পাতিলে চকুত চকু থৈ কথা পাতিবলৈ পছন্দ কৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *