to be happy after marriage

  স্বামীৰ জীৱনৰ সুখ সমৃদ্ধিত এগৰাকী স্ত্ৰীৰ ভূমিকা অতুলনীয়। বহু প্ৰাচীন শাস্ত্ৰত নাৰীৰ গুণ আৰু দোষৰ ক্ষেত্ৰত বহু কথা বৰ্ণনা কৰা হৈছে। লগতে কোৱা হৈছে যে স্ত্ৰীৰ যদিহে চাৰিটা বিশেষ গুণ থাকে তেন্তে সেই স্ত্ৰীৰ স্বামী অতি ভাগ্যবান হয়। সেই গুণসমূহ হৈছে :-

১) যি নাৰীয়ে ঘৰৰ কাম কাজ অতি দক্ষতাৰে কৰিব পাৰে তেনে গৃহত সদায় সুখ বিৰাজমান হয় , লগতে সেইজন স্বামীক ভাগ্যবান মান্যতা দিয়া হয়। তেনে স্ত্ৰীয়ে সমাজ আৰু সংসাৰত বিশেষ মৰ্য্যদা লাভ কৰে লগতে তেওঁৰ স্বামীৰ জীৱন সুখ সমৃদ্ধিশালী হয়।

Ask these few question to him to whom you are going to marry

২) যিসকল পুৰুষৰ স্ত্ৰীয়ে তেওঁৰ সকলো কথা মানি চলে, জানি লব সেইজন পুৰুষ ভাগ্যশালী। স্ত্ৰীৰ প্ৰথম কৰ্তব্য হৈছে স্বামীৰ প্ৰতিটো আদেশ, নিয়ম পালন কৰি চলা।

৩) যি স্ত্ৰীয়ে বিবাহৰ পিছত স্বামীৰ পৰিয়ালক আপোন কৰি লব পাৰে জানিব সেই স্ত্ৰী গুণৱতী। আৰু তেঁওৰ স্বামী অত্যন্ত ভাগ্যবান বুলি কব লাগিব।

৪) যিসকল স্ত্ৰীয়ে বিবাহৰ পিছত সকলোৰে সৈতে গুৰু গম্ভীৰ আৰু মিঠা আচৰণ কৰে , কথা বতৰা মিঠা আৰু সাৱলীল হয় তেনে স্ত্ৰী বিশেষ গুণৰ অধিকাৰী। আৰু এনে স্ত্ৰী পোৱা পুৰুষৰ বাবে সৌভাগ্যৰ কথা।

12 qualities of smart woman

 এজনী আদর্শ স্ত্ৰীয়ে তেওঁৰ সহযাত্ৰী অৰ্থাৎ নিজৰ স্বামীৰ ওপৰত গভীৰ বিশ্বাস ৰাখে আৰু তেওঁলোকৰ স্বামী – স্ত্ৰী সম্পৰ্কত অধিক মৰম ভালপোৱাৰ আমদানি কৰিবলৈ সক্ষম থাকে। ঘৰৰ যাবতীয় কাম কৰিব জানিলেই তেঁওক আদর্শ স্ত্ৰী কোৱা নাযায়। নিজৰ অভাৱ অভিযোগ, দুখ, বেজাৰ সকলো খিনি স্বামীৰ আগত স্পষ্টকৈ খুলি কব পৰাটো এজনী আদৰ্শ স্ত্ৰীৰ লক্ষণ। হাই উৰুমী, গণ্ডগোল, ভুল বুজাবুজিক এৰাই চলি বুজাবুজিৰ দ্বাৰা সংসাৰ আগবঢ়াই নিব পৰা বুদ্ধিমান স্ত্ৰীৰ গুণ।

Ask these few question to him to whom you are going to marry

 অপ্ৰিয় হলেওঁ সঁচা যে বহু পুৰুষে নিজৰ বহু কথা হাই কাজিয়াৰ ভয়ত স্ত্ৰীৰ পৰা লুকাই ৰাখে। স্বামীৰ ভাল বেয়া সকলো স্ত্ৰীৰ আগত প্ৰকাশ কৰিব পৰাকৈ এটি পৰিবেশ সৃষ্টি কৰা স্বামী – স্ত্ৰীৰ ভাল আচৰণ সমূহৰ এটি। স্বামী স্ত্ৰীৰ সম্পৰ্কত মিছা কথাৰ বাবে ঠাই ৰাখিব নালাগে অন্যথা উভয়ৰে ভালপোৱা আৰু বিশ্বাসত আঘাট হয়। উভয়ে উভয়ৰ বাবে অপ্ৰিয় হলেও সত্য কথা কোৱা উচিত, কিয়নো এই অপ্ৰিয় সত্য শুনি কিছু সময় বেয়া লাগিবা পাৰে কিন্তু শেষত ভালপোৱা আৰু বিশ্বাস দুগুন বাঢ়ে ।

লক্ষ্মী নাৰীৰ ৫ টি গুণ জানিবলৈ তলত ক্লিক কৰক

লক্ষ্মী ছোৱালীৰ ৫ টি গুণ !! নাৰীয়ে সত্য পচন্দ কৰে বিশ্বাস কৰে মিছা !

অসমীয়া হিট কমেদি ভিদিঅ চাবলৈ তলত ক্লিক কৰক

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *