what to do and donot on this mahamaya for good luck

মহালয়াত ভুলটো পাঁচটা কাম নকৰিব !!কি কৰিলে সমস্যা দুৰ হব ?

পবিত্ৰ মহালয়া কাইলৈ ৬ অক্টোবৰ বুধবাৰে , এই মহালয়াত কি কৰিলে নকৰিলে মা দুৰ্গাৰ আশীষ পাব ??

what to do and donot on this mahamaya for good luck

৬ অক্টোবৰ ২০২১ তাৰিখ বুধবাৰ হৈছে পৱিত্ৰ মহালয়া। এই পবিত্ৰ দিনটোত মা দুৰ্গা দেৱীয়ে অসুৰ মহিষাসুৰক বধ কৰিছিল। আৰু এই মহালয়াৰ পৰাই পিতৃপক্ষৰ অন্ত পৰিব। এই দিনটোৰ পৰা আগন্তুক ১৬ দিনলৈকে হিন্দু ধৰ্মৰ লোকসকলে দেৱ দেৱী সকলক পূজা অৰ্চনাৰে আৰধনা কৰি মা দূর্গাৰ আশীষ প্ৰাপ্ত হ’ব।

get blessings lord durga more by this way

হিন্দু বিশ্বাস অনুসৰি মা দুৰ্গাই এই দিনটোত মৰ্ত্যত প্ৰৱেশ কৰিছিল। ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে মা দুৰ্গাক সৃষ্টি কৰিছিল মৰ্ত্যৰ অপাৰ শক্তিৰ অসুৰ মহিষাসুৰক বধ কৰিবলৈ । এই দিনটোৰ পৰা ৯ দিন যুঁজি ১০ দিনৰ দিনা মা দূৰ্গাই এই অসুৰক বধ কৰিব পাৰিছিল।

এই মহালয়া অমাৱশ্য ৰাতি কি পৱিত্ৰ কাম কৰিলে মঙ্গল হব ??

মহালয়া অমাৱস্যা সন্ধিয়া দুটি তুলসী পাতেৰে কৰক এটি সহজ কাম সকলো সমস্যাৰে সমাধান পাব, জীৱনত সুখ শান্তিৰ কেতিয়াও অভাৱ নঘটিব। মা দূর্গাৰ লগতে মা -লক্ষ্মীৰ কৃপা আপোনালোকৰ ঘৰখনত সদায় থাকিব। এই মহালয়া দিনটিৰ পৰা পিতৃপক্ষ অৱসান ঘটি দেৱী পক্ষৰ সূচনা হয়। এই মহালয়া দিনটোতে মা দূৰ্গা মৰ্ত্যলৈ নামি আহে ভক্তসকলৰ সহায়ৰ বাবে আৰু ভক্ত সকলক আশীৰ্বাদ দিবলৈ। এই দিনটিৰ পৰাই দূৰ্গা মাৰ প্ৰতিমূৰ্ত্তি সজাই তোলা হয় । সেয়ে এই মহালয়া দিনটিত ৰাতিপুৱা সোনকালে শুই উঠি স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তুলসীৰ তলত পানী ঢালিব আৰু এই মন্তটি তিনিবাৰ জপ কৰিব ” ঔম শুভদ্ৰাই নমঃ”।

GET MORE BLESSING OF DURGA BY THIS HOLY WORK

  তাৰ পিছত এই তুলসীৰ পাত দুটা চিঙি আনি ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ চৰণত ৰাখি থওঁক। ইয়াৰ পিছত সন্ধিয়া সময়ত গোসাঁই ঘৰত বা থাপনাৰ ওচৰত লগতে তুলসীৰ তলত এগছিকৈ শুদ্ধ প্ৰদিপ প্ৰজ্বলিত কৰি পূজা প্ৰাৰ্থনা কৰিব। লগতে তুলসীৰ তলত এই মন্ত্ৰটি ১১বাৰ ঝপ কৰিব “ঔম নমঃ ভগৱতেই বাসুদেৱাই”।

GET MORE BLESSINGS OF LORD LAKHMI BY THIS HOLY WORK

  তাৰ পিছত তুলসী পাত দুটিৰ ওচৰলৈ গৈ ভগৱান বিষ্ণু‌ ও মা লক্ষ্মীৰ ওচৰত হাত জোৰ কৰি এই মন্তটি ১১ বাৰ জপ কৰিব “ঔম শ্ৰী শ্ৰীয়েই নমঃ” এই মন্তটি জপ কৰি সেই তুলসী পাত দুটি ভক্তিৰে লৈ বিচনাৰ তলত বা গাৰুৰ তলত ৰাখি শুব আৰু পিছ দিনা সেই পাত দুটি কোনো জ্বলাশয়ত উটিয়াই দিব। এই কৰ্মৰ পৰা আত্মাৰ শুদ্ধি হ’ব লগতে নিজৰ সমস্যাবোৰৰ সমাধান পাব।

এই মহালয়াৰ দিনা কি কি কাম কৰিলে অমংগল হব ??

indian beliefs regarding durga devi

(১) এই পবিত্ৰ মহালয়া দিনটিত অসহায় লোকক কেতিয়াও অপমান নকৰিব নহলে মা দূৰ্গা ৰুষ্ট হব। এই দিনত অসহায় লোকক যিমান সহায় কৰিব সিমানে মা দূৰ্গাৰ আশীৰ্বাদ পাব।

(২) এই দিনত ঘৰত আৱৰ্জনা লেতেৰা বস্তু কেতিয়াও নাৰাখিব ; ঘৰ দুৱাৰ চাফ-চিকুন কৰি ৰখাটো অত্যন্ত মংগলজনক। এনে কৰিলে মা লক্ষ্মী ও মা দূৰ্গাৰ আশীষ প্ৰাপ্তি হ’ব।

(৩) এই মহালয়া দিনটিত ঘৰৰ স্ত্ৰীক বেয়া ব্যৱহাৰ নকৰিব কিয়নো স্ত্ৰীক মা লক্ষ্মীৰ প্ৰতীক মান্যতা দিয়া হয়। আৰু এনে কৰিলে মা দুৰ্গা আৰু মা লক্ষ্মী দেৱীও ৰুষ্ট হয়। অইন দিনাও স্ত্ৰী নিৰ্যাতন কৰা ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে ফলত সেইখন ঘৰ সদায় দৰিদ্ৰ হৈ থাকে।

this works should be done during Mahalaya this year

(৪) এই মহালয়া সন্ধিয়া শুই থকা অমংগল। এনে কৰিলে আৰ্থিক সমস্যাই দেখা দিব যিহেতু এই সময়ত দেৱ দেৱীক পূজাৰ সময় আৰম্ভ হয়। এই সময়ত মা লক্ষ্মী ঘৰলৈ আহে আৰু শুই থকা দেখিলে সেইখন ঘৰ ত্যাগ কৰে।

(৫) এই মহালয়া অমাবস্যা দিনটোত ঘৰত কোনো ভিক্ষাৰি আহিলে কেতিয়াও খালী পেটে পঠায় নিদিব। কিবা নহয় কিবা খুৱাইহে পঠায় দিব এনে কৰিলে মা দূর্গাৰ আশীষ প্ৰাপ্তি হ’ব ফলত মংগলে মংগল হ’ব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *