পাঁচোটী নামৰ লৰাই বিবাহত লক্ষ্মী ছোৱালী জীৱন সংগী পায়//

এই পাঁচ নামৰ লৰাই লক্ষ্মী ছোৱালী জীৱন সংগী হিচাপে পায়

  হয়,জ্যোতিৰ্বিজ্ঞানৰ অনুসৰি মানুহৰ নামৰ প্ৰথম বৰ্ণৰ পৰা মানুহ জনৰ বিষয়ে বহু কথাই জানিব পৰা যায়। যেনে ধৰা হওক তেওঁৰ স্বভাৱ, চৰিত্ৰ, জ্ঞান বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ কুণ্ডলী। লগতে জানিব পৰা যাব তেওঁৰ জীৱন সংগীৰ বিষয়।সেই অনুসৰি তলত পাছ নামৰ লোকৰ জীৱন সংগী কেনে হব তাক বিশ্লেষণ কৰিবলৈ যত্ন কৰা হৈছে।

 ১) A বৰ্ণৰে আৰম্ভ হোৱা নামৰ লৰা :- যিসকল লৰাৰ নাম A বৰ্ণৰে আৰম্ভ হয় তেওঁলোকে বিয়াৰ সময়ত লক্ষ্মী ছোৱালী জীৱন সংগী হিচাপে পাব। যি ছোৱালীয়ে কেতিয়াও ভূল কথা আৰু কামত সমৰ্থন নকৰে। তেঁওলোকে সকলোকে সমান চকুৰে চাই। এওঁলোকৰ অন্তৰ বহুত পবিত্ৰ হয় বাবে স্বামীক বহুত সেৱা শুশ্ৰূষা কৰিব লগতে ঘৰখন খুব ভালদৰে পৰিচালনা কৰিব পাৰে।

২) D বৰ্ণৰে আৰম্ভ হোৱা নামৰ লৰা:- যিবোৰ লৰাৰ নাম D বৰ্ণৰে আৰম্ভ হয় তেওঁলোকে বিবাহৰ সময়ত লক্ষ্মী ছোৱালী জীৱন সংগী হিচাপে পাব। আৰু এনে জীৱন সংগী আবেগিক আৰু মৰম আকলুৱা হোৱা বাবে স্বামীৰ প্ৰতিটো সৰু বৰ কথা আখৰে আখৰে পালন কৰে । এনে স্ত্ৰীয়ে ঘৰখন সজাই পৰাই ৰাখে। এওঁলোকে ভালপোৱা আৰু বিশ্বাসক খুব ভালদৰে হৃদয়ঙ্গম কৰে। এওঁলোক পত্নী হিচাপে যিমান ভাল পিছলৈ মা হিচাপেও অধিক মৰমিয়াল হৈ পৰে।

৩) J বৰ্ণৰে আৰম্ভ হোৱা নামৰ লৰা :- যিবোৰ লৰাৰ নাম J বৰ্ণৰে আৰম্ভ হয় তেওঁলোকে ও বিবাহৰ বাবে লক্ষ্মী ছোৱালী পায়। এনে নাৰীয়ে সকলো পৰিবেশ পৰিস্থিতিক মকাবিলা কৰিব পাৰে। সৎ আৰু সংযমী এই নাৰীয়ে সদায় ভাল কাম কৰিবলৈ যত্নপৰ হয়। আৰু এনে নাৰীৰ পৰিয়াল সদাই সুখত থাকে।

৪) P বৰ্ণৰে নাম আৰম্ভ হোৱা লৰা:- যিসকল লৰাৰ নাম P বৰ্ণৰে আৰম্ভ হয় তেওঁলোকে ও বিবাহৰ সময়ত লক্ষ্মী ছোৱালী জীৱ্নসংগী হিচাপে লাভ কৰিব। এনে জীৱন সংগী যিকোনো সমস্যা সমাধানত পাকৈত হয়।এনে নাৰী ভগৱানৰ ভক্তি পৰায়ন হয়। এই নাৰীয়ে ঘৰখন পৰিপাটিকৈ ঘৰখন সজাই তোলে। এনে নাৰীয়ে স্বামীক বহুত মৰম চেনেহৰে পৰিপূৰ্ণ কৰি ৰাখে। এওঁলোক পত্নী হিচাপে যিমানে ভাল মা হিচাপেও সিমান মৰমিয়াল হয়। এওঁলোক লক্ষ্মী স্বভাৱৰ।

৫) S বৰ্ণৰ দ্বাৰা আৰম্ভ হোৱা নামৰ ছোৱালী:- যিসকল লৰাৰ নামৰ প্ৰথম বৰ্ণ S হয় তেঁওলোকে ও বিবাহৰ সময়ত লক্ষ্মী ছোৱালীৰ পানী গ্ৰহণ কৰে। এনে ছোৱালীয়ে স্বামীৰ প্রিয়ভাজন হৈ পৰে। এওঁলোক স্বামীৰ সুখ আৰু দুখত সদায় সমভাগী হবলৈ যত্নপৰ হয়। এওঁলোকে ঘৰখন ভালে ৰাখিবলৈ যিমান প্ৰয়োজন সিমানেই দুখ কষ্ট কৰিব পাৰে। আৰু এনে নাৰী লক্ষ্মী স্বভাৱৰ হয়।

Share it with:

5 Comments

  1. এতিয়া লৈ পোৱা নাই কি কম ভাল বেয়া কথা

  2. My Name Bhimananda Pagag this Alphabet Sa Mujhe Kya Life Style ha Isliye I’m requesting please mera alphabet sa dek lena🙏🙏

  3. এইবিলাক মিছা কাৰণ মোৰ জীৱনটো এই বিলাকৰ বিপৰিত হে হৈছে .. যাৰ ফলত এতিয়া কষ্টৰ ফল ভুগি আছো .. মই বিশ্বাস নকৰো কেতিয়াওঁ

Leave a Reply

Your email address will not be published. Required fields are marked *