আজি মহাপূৰ্ণিমাৰ পৰা কাৰ ভাগ্য উদয় হব?

২৪ তাৰিখ  বৃহস্পতি বাৰে ডাঙৰ পূৰ্ণিমাত কাৰ ভাগ্য উদয় হব:

আজি বৃহস্পতি বাৰ আৰু আজি ডাঙৰ পূৰ্ণিমা নিশা বাবেই চাৰি প্ৰকাৰ ৰাশিৰ মানুহৰ উদয় হব ভাগ্য । আৰু এই শুভ সংযোগ আগন্তুক মাহ যোৰা থাকিব।

হয়, আজিৰ পৰা সৰ্বাসিদ্ধি আৰু অমৃত সিদ্ধি যোগ আছে মেঘ, কন্যা, কুম্ভ আৰু তুলা ৰাশিৰ লোকৰ বাবে। অৰ্থাৎ এই ৰাশিৰ লোকৰ ভাগ্য ভাল দিশত আগবাঢ়িব আগন্তুক এমাহৰ বাবে।

আজি পূৰ্ণিমা আৰু এই পূৰ্ণিমা আহিছে বৃহস্পতি বাৰৰ দিনটোত । বৃহস্পতি বাৰ ভগবান বিষ্ণুৰ অতি প্ৰিয় দিন। জ্যোতিষ শাস্ত্ৰ মতে এই পূৰ্ণিমাৰ দিনা সূৰ্য্য মিথুন ৰাশি আৰু চন্দ্ৰমা বৃশ্চিক ৰাশিত বিৰাজ কৰিব। সেয়ে আজিৰ দিনটোত বিশেষ কেইটামান সিদ্ধিৰ যোগ দেখা যাব। আৰু এই সিদ্ধিৰ যোগ লগ লাগি মহাসংযোগ ঘটিব। ফলত ওপৰত উল্লেখ কৰা ৰাশিৰ লোকৰ বাবে আহিব লগা ভাল খবৰ সমূহ হল:-

১) সকলো কামতে উন্নতি দেখিব আৰু সকলো কামতে লাভবান হব।
২) ভাগ্যৰ পূৰ্ণ সংযোগ মিলিব।
৩) নতুন কামত পূৰ্ণ সিদ্ধি পাব।
৪) দাম্পত্য জীৱনলৈ সুখ আহিব যি আশা কৰে পাব।
৫) বিদ্যাৰ্থীৰ বাবে শুভ।
৬) প্ৰেম প্ৰণয়ৰ সংযোগ হব।
৭) সমাজত মান মৰ্যদা পাব । সমাজত উচ্চ আসন পোৱাৰ যোগ।
৮) আৰ্থিক স্থিতি মজবুত হব।
৯) এই মাহত ব্যৱসায় ত লাভৰ যোগ আছে।
১০) শত্ৰুৰ পৰা বিজয় হব।
১১) নতুন ভূমি আৰু নতুন বাহনৰ যোগ।
১২) নতুন কৰ্মসংস্থাপন ৰ যোগ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *