বেকিং চদাৰ কল্পনা কৰিব নোৱাৰা স্বাস্থ্য উপকাৰ

বেকিং চদা ৰ কল্পনা কৰিব নোৱাৰা স্বাস্থ্য উপকাৰ :-

 সচৰাচৰ বেকিং চদা’ অৰ্থাৎ চদিয়াম বাইকাৰ্বনেট কেক, ৰুটি নাইবা ফাষ্ট ফুড সমূহ আদি প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা দেখিছে বা শুনিছে। আজি এনে ধৰণৰ ব্যৱহাৰৰ কথা জনাব বিচাৰিছো যিটো হয়তো আপুনি আগতে শুনিছে যদিওবা মন কৰা নাই।

 

১) বুকুৰ জ্বলা পোৰা, বেছিকৈ উদগাৰ অহা আদি হলে ১ চামুচ বেকিং পাউদাৰ এগিলাচ কুহুমিয়া পানীত মিহিলাই খাই দিয়ক। এই বেকিং চদাই পাকস্থলী ৰ আম্লিক অৱস্থাক প্ৰসমন কৰি ডিঙি আৰু পেটৰ জ্বলা পোৰা ৰ লগতে উদগাৰ অহা মিনিটতে উপশম কৰিব।

 

২) MOUTH WASH হিছাপে ব্যৱহাৰ কৰক বেকিং চদা । কিয়নো বেকিং চদাৰ বেক্টেৰিয়া আৰু প্ৰটজোৱা নাশ কৰিব পৰা ক্ষমতা আছে। এক চামুচ বেকিং পাউদাৰ এগিলাচ কুহুমীয়া পানীত মিহলাই লৈ মুখ কুলকুলি কৰক। আৰু এয়া কৰোঁতে পানী খিনি যিমান বেছি সময় পাৰে মুখত ৰাখিব যত্ন কৰিব। ইয়াৰ ফলত মুখৰ বেয়া গোন্ধ দুৰ হোৱাৰ লগতে দাত আৰু মুখমণ্ডলত হব পৰা বিজানু সংক্ৰমণ দুৰ হব।

 

৩) যদিহে বৰল বা তেনে অন্য পৰুৱাই কামোৰাৰ ফলত খজুৱতি বা বিষ অনুভৱ হয় সেই ঠাইত এচামুচ বেকিং চদা পাউদাৰ এচামুচ পানীত মিলাই ঘহি দিয়ক লগতে উপশম পাব।

 

৪) ফটা গোৰোহা থাকিলে প্ৰতিদিনে দুবাৰ বেকিং চদা পাউদাৰ মিহলি কৰা পানীৰে ধুই দি ভেচেলিন লগাওক সোনকালে উপশম পাব।

 

৫) বেকিং চদাৰ Ph লেভেল বেছি সেয়ে দৈনিক এচামুচ বেকিং চদা পাউদাৰ এগিলাচ পানীত মিহলাই খালে দেহৰ পৰিশ্ৰম শক্তি বৃদ্ধি হয়। সেইবাবে শৰীৰ চৰ্চা কৰা আৰু খেলুৱৈ সকলেও বেকিং পাউদাৰ শক্তি বৰ্ধক (ENERGY BOOSTER) পানীয় হিচাপে সেৱন কৰে।

 

৬) দৈনিক এচামুচ বেকিং চদা পাউদাৰ মিহলাই এগিলাচ পানী খোৱা কিডনীৰ বাবে লাভজনক। কিডনীৰ ৰোগ “চি কে দি” হোৱাৰ আশাংকা ৩৬% কম হয়।

 

৬) দেহৰ গাঠিৰ বিষ আৰু আৰথ্ৰাইটিছ ৰোগ হলে বেকিং চদা পাউদাৰ খোৱা উপকাৰী। বিষ উপশম হোৱাৰ লগতে গাঠিৰ ফুলা কমি যায় নিয়মীয়া কৈ আধা চামুচ বেকিং পাউদাৰ সেৱন কৰিলে।

 

৭) কোৱা শুনিছে যে সাৰ খালে কেন্সাৰ নহয়। ঠিক সেইদৰে নিয়মীয়া কৈ বেকিং চদা পাউদাৰ পানী খালে কেন্সাৰ ৰোগৰ পৰা দুৰৈত থাকিব পাৰি। তদুপৰি কেন্সাৰ ৰোগত কেমথেৰাপী লোৱা সকলেও নিয়মিত আধাচামুচ বেকিং পাউদাৰ এগিলাচ পানীত মিহলাই খালে কেমথেৰাপীয়ে বেছি ভাল কাম কৰে।

 

  যদিহে আপুনি আমাৰ ৰিপোৰ্ট ভাল পাইছে তেন্তে এই বাৰ্তা আপোনাৰ আপোনজনলৈ বিলাই দিব আৰু এনেধৰনৰ অধিক বাৰ্তা পঢ়িবলৈ আমাৰ ৱেবচাইট WWW.KAMALPUREXPRESS.COM দৰ্শন কৰক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *