সাত দিনত নাইকিয়া হব উচ্চ ৰক্তচাপ কেনেকৈ ??

সাত দিনত নাইকিয়া হব উচ্চ ৰক্তচাপ :-

   বৰ্তমান ৰ ব্যস্ত আৰু প্রতিযোগিতা ৰ দিনত উচ্চ ৰক্তচাপ এক মহামাৰী ৰ ৰূপ ধাৰণ কৰাটো বৰ চিন্তনীয় বিষয় হৈছে।
ডাঙৰ চহৰত বাস কৰা লোকৰ উচ্চ ৰক্তচাপত ভোগাৰ প্ৰৱণতা বৃদ্ধি হৈছে । চহৰত বাস কৰা ২০ শতাংশ লোকেই উচ্চ ৰক্তচাপত ভোগে যত গাঁওত বাস কৰা ১০ শতাংশ লোকৰ হে পোৱা যায় উচ্চ ৰক্তচাপ।
উচ্চ ৰক্তচাপৰ ঘৰুৱা দিহা:-

    চিকিৎসকৰ ওচৰলৈ গৈ আপুনি পৰামৰ্শ লৈ ওখধ খাই থাকিলে আপোনাৰ ৰক্তচাপ কমাই ৰাখিব পাৰিব কিন্তু আপুনি টেবলেটতো এৰিব নোৱাৰিব আৰু জীৱন যোৰা খাই থাকিব লাগিব। সেয়েহে আপুনি নৈমিত্তিক যদি আপোনাৰ ঘৰতে থকা কেইবিধ মান দ্ৰব্য সেৱন কৰে তেন্তে আপুনি এই উচ্চ ৰক্তচাপক আপোনাৰ হাতৰ মুঠিত ৰাখিব পাৰিব।

উপায় সমুহ হল :-

   ১) ৰাতি এগিলাচ গৰম পানীত আধা চামুচ মেথিগুটি তিয়াই থব আৰু ৰাতিপুৱা শুই উঠি পানীখিনি খালি পেটত খাব আৰু গুটি কেইটাও চোৱাই খাব আৰু প্ৰতিদিনে সেৱন কৰক।  এনে কৰিলে আপোনাৰ ৰক্ত চাপ সাত দিনৰ ভিতৰত নিয়ন্ত্ৰণ হব।

   ২) পাঁচটা নিম পাত আৰু লগত দুটা তুলসী পাত পৰিষ্কাৰ কৈ ধুই পিচি লৈ একাপ পানীত গুলি লওঁক আৰু প্ৰতিদিনে পোৱা খালি পেটত সেৱন কৰক। ১৫ দিনৰ ভিতৰত আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰিত হব। যদিহে আপুনি মেথি গুটিৰ পানী লৈ আছে তেন্তে এই বিধ দিহা ব্যৱহাৰ নকৰিলেও হব। কিন্তু যদিহে মেথি গুটি লোৱাৰ পিছত ৰক্তচাপ নিয়ন্ত্ৰণ হোৱা নাই তেন্তে মেথি গুটিৰ সতে এইবিধ দিহা ও ব্যৱহাৰ কৰিব পাৰে।

                                                         

  ৩)নেহৰুৰ কোষ এটা চেলাই লওক আৰু পনীৰ সৈতে ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি টেবলেট খোৱাৰ দৰে প্ৰতিদিনে সেৱন কৰক। নহৰু য়ে আপোনাৰ তেজৰ কলেষ্টৰল দগ্ধ কৰিব যাৰ ফলত তেজৰ চাপ হ্ৰাস পাব।
এনে কৰিলে আপোনাৰ ৰক্ত চাপ পোন্ধৰ দিনৰ ভিতৰত নিয়ন্ত্ৰণ হব।

আপুনি ওপৰত উল্লেখিত দিহা সমূহৰ এটা বা দুটা দিহা এসপ্তাহ অৱলম্বন কৰক যদিহে ৰক্তচাপ নিয়ন্ত্ৰণ হোৱা নাই তেন্তে অতিৰিক্ত সাত দিনৰ বাবে তিনিওটা দিহা পালন কৰিব নিশ্চয় আপোনাৰ ৰক্তচাপ হ্ৰাস পাব।
লগতে গৰম পানী সেৱন কৰিবলৈ চেষ্টা কৰক সকলো সময়তে। দিনটোৰ ভিতৰত কমেও আধাঘন্টা বেগাই খোজ কঢ়া অভ্যাস কৰক। ৰাতিপুৱাই বুলি কথা নাই আপুনি যেতিয়াই সময় পায় তেতিয়াই খোজ কাঢ়িব পাৰে। যদিহে ৰাতি খাদ্য গ্ৰহণ কৰাৰ পিছত আধা ঘন্টা খোজ কাঢ়িব পাৰে অতি উত্তম।

গতিকে সুস্থ থাকক নিৰোগী হওঁক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *