ভূপেনদাৰ সোঁৱৰণী // ০৮ ছেপ্টেম্বৰ
প্ৰয়াত গণশিল্পী ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ জন্ম তিথিত তেখেতৰ আত্মক সোৱৰিছো।
গীতৰ নাম :- ”ধন্য হল আজি ওদালগুৰি’
সুৰ/কণ্ঠ :- পথাৰ শিল্পী লোহিত গগৈ।
ভিদিঅ:- প্ৰযোজনা/নিৰ্দেশনা :- ডাঃ আজিমুদ্দিন আহমেদ
কেমেৰা/সম্পাদনা :- ভবেশ কুমাৰ ডেকা (ৰাজু)
নৃত্য নিৰ্দেশনা :- নিকুমণি
নৃত্যশিল্পী:- নিকুমণি, নিলাক্ষী , হিমাশ্ৰী আৰু শিৱানী।
ভাল লাগিছে যদিহে আমাৰ চেনেল চাবস্ক্ৰাইব কৰিব।