Walking style identify characters of a girl

 জানেনে প্ৰত্যেক ছোৱালীৰ খোজ কাঢ়াৰ ষ্টাইল বেলেগ বেলেগ, কোনোৱে খৰকৈ খোজকাঢ়িবলৈ পছন্দ কৰে , কোনোৱে লাহে লাহে খোজকাঢ়িব পছন্দ কৰে, কোনোৱে কাণত হেডফোন লগাই খোজকাঢ়িবলৈ ভাল পায় আৰু কোনোৱে মূৰ জোকাৰি জোকাৰি খোজকাঢ়িবলৈ পছন্দ কৰে, কিছুমানে তলমূৰ কৰি খোজ কাঢ়ে আৰু কিছুমানে কঁকাল ঘূৰাই ঘূৰাই খোজকাঢ়ি ভাল পায়। গৱেষণা অনুযায়ীContinue Reading

Share it with: