A true love story

চাৰি চকুৰ মিলনে হৈছে প্ৰেম, সঁচা প্ৰেমে ধনী – দুখিয়া, জাতি-বৰ্ণ নিবিচাৰে আৰু নিবিচাৰে অৰ্থ সাম্ৰাজ্য। মোৰ এটা সচাঁ প্ৰেম কাহিনী অৱগত কৰিছো নামটো উল্লেখ নকৰিলো। সময় তেতিয়া ২০১৭ চন , গুৱাহাটী উজানবজাৰত কেচা তৰকাৰী বিক্ৰি কৰো । আৰ্থিক দান্যতাৰ বাবে মই মাত্ৰ নৱম শ্ৰেনীলৈ পঢ়িছিলো । বাইদেউৰ বিয়াৰ বাবেContinue Reading

Share it with: