Ask these few question to him to whom you are going to marry

   প্ৰেম আৰু বিবাহ জীৱনৰ দুটি ভিন্ন অংগবিশেষ। এটাত যেনেদৰে কোনো দায়িত্ব নাথাকে,  থাকে মাত্র আনন্দ ; আনটোত থাকে স্ফূৰ্তি আনন্দৰ উপৰিও দায়িত্ববোধ। সেয়ে বিয়াৰ আগতে লৰা ছোৱালীয়ে উভয়ে উভয়ক এই প্ৰশ্ন সমূহ অৱশ্যে কৰি  উভয়ে মনৰ খবৰ জানি লোৱা অত্যন্ত প্ৰয়োজনীয়। আৰু উত্তৰ সমূহ যদি ঠিকে পাইছে তেতিয়াহে আগবাঢ়কContinue Reading

Share it with: