মানব দেহত এচামুচ নহয় এটি বিন্দুৰো প্ৰয়োজন নাই বগা চেনী
2021-08-29
চেনী খাওঁ কিন্তু দেহক চেনীৰ প্ৰয়োজনে নাই, বৰং ক্ষতিহে কৰে এই চেনীয়ে!! চেনী সাধাৰণতে ভাগ কৰিলে দুই ধৰণৰ এবিধ হৈছে প্ৰাকৃতিক চেনী যিবোৰ ফলমূল, শাক চবজি, গাখীৰ আদিত পোৱা যাই,খালে অকনমান মিঠা মিঠা লাগে আৰু মিঠা লাগিলেও যিয়ে দেহত কোনো ক্ষতি নকৰে বৰং উপকাৰ হে সাধে। আনবিধ কৃত্ৰিম চেনীContinue Reading