এদিন এজন শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাত সোমাই আকস্মিক ভাৱে ছাত্ৰ ছাত্ৰীক এটি পৰীক্ষা লব বুলি কৈ পেলালে। ছাত্ৰ ছাত্ৰী সকল অস্বস্তিত পৰিল যদিও শিক্ষকৰ কথা শুনিবই লাগিব বাবে মান্তি হৈ গল সকলো ছাত্ৰ । শিক্ষক জনে প্ৰত্যেকজন ছাত্ৰক একোখনকৈ প্ৰশ্ন কাকত যোগান ধৰিলে । প্ৰশ্ন কাকত চাই ছাত্ৰ ছাত্ৰী সমূহ অবাকContinue Reading

Share it with: