Tips to be rich

   শিৱৰাত্রীৰ দিনা শিৱ বাবাক পূজা অৰ্চনা কৰিলে সিদ্ধি লাভ হয়। শিৱৰাত্রীৰ দিনা মহাদেৱ শিৱলিংগতে বিৰাজমান থাকে। এই পবিত্ৰ দিনত ভগৱান শিৱক পূজা কৰিলে হাজাৰ গুণ বেছি আশীৰ্বাদ লাভ কৰিব পাৰি। এই দিনটোত হাজাৰ হাজাৰ ভক্তই গঙ্গাজল, গাখীৰ, পঞ্চামৃত আদি দি শিৱলিংগত পূজা অৰ্চনা কৰে আৰু মহাদেৱৰ আশীৰ্বাদ বিচাৰে ।Continue Reading

Share it with: