secretes of earth

  সকলোৱে অৱগত যে হনুমান এই কলিযুগৰ অন্তিম পৰ্যায়লৈ সোশৰীৰে থাকিব , তেখেত আজিও এই পৃথিৱীত বিচৰণ কৰি আছে। আৰু এইটোও সকলোৱে জানে যে ভগৱান শ্ৰীৰামৰ কৃপা লাভ কৰিবলৈ হনুমানক প্ৰসন্ন কৰিব লাগে , হনুমানৰ কৃপা অবিহনে কোনোৱে শ্ৰীৰামচন্দ্ৰ ওচৰলৈ যাব নোৱাৰে। হনুমান আমাৰ ৰক্ষক আৰু তেওঁ এই কলিযুগৰ সকলোতকৈContinue Reading

Share it with: