কোন সময়ত কি খাদ্য খোৱা হানিকাৰক ??
2021-08-30
ভাত খোৱাৰ উত্তম সময় কেতিয়া ? চাহ কফি কেতিয়া খাব ? গাখীৰ খোৱাৰ উত্তম সময় ? ফলমুল খালীপেটত খাব লাগেনে ? ভাত হৈছে উচ্চ কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য। ভাত কেতিয়া খাব লাগে এই বিষয়ত বিভিন্ন পুষ্টি বিশেষজ্ঞৰ মতামত ভিন্ন। ভাত খোৱাৰ উত্তম সময় বুলি কবলৈ হ’লে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰাৰContinue Reading