Story of a broken mirror

আইনা এখন মানুহৰ জীৱনৰ এক অপৰিহাৰ্য বস্তু ; আইনাৰ সন্মুখত মানুহে নিজকে ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰে আৰু এই কথাটো সকলোৱে জানে। কিন্তু মানুহে নাজানে যে আইনাৰ পৰা মানুহৰ ক্ষয় ক্ষতি হয় বহু সময়ত। বাস্তু শাস্ত্ৰত আইনা সম্বন্ধীয় এনে কিছুমান কথা উল্লেখ আছে যিবোৰ হয়তো বহু মানুহে তাহানিও শুনা নাই।Continue Reading

Share it with: