few tips to maintain healthy relationship

  প্ৰত্যেকজন মানুহৰ সম্পৰ্ক সমূহত যেনেদৰে ভালপোৱা আৰু মধুৰ মুহূৰ্ত সমূহ থাকে তেনেদৰে কাজিয়া পেছাল আৰু ভুল বুজাবুজি থাকে ; কোৱা হয় এইসমূহৰ সংমিশ্ৰণ বোৰে হৈছে সংসাৰ। স্বামী স্ত্ৰীৰ মাজত হাই কাজিয়া থাকিবই ; কিন্তু যাতে সেই মনো – মালিন্য এনে অৱস্থালৈ নাযায় যাৰ ফলত সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰে।Continue Reading

Share it with:

 বিশেষজ্ঞ সকলে সঁচাই কয় যে এটি সম্পৰ্কত ইজনে সিজনৰ প্ৰতি ভালপোৱা আৰু বুজাবুজি খুবেই দৰকাৰী । কিন্তু মোৰ ক্ষেত্ৰত এই কথা কেতিয়াও নহ’ল। মই মাত্ৰ দুজন মানুহৰ মন ভাগি দিয়াই নহয় তাৰ বাবে পৰিনাম নিজেও ভুগি আছোঁ। আচলতে মই মোৰ বাবে চাকৰি এটাৰ বাবে বেছি যত্নপৰ আছিলোঁ, আশাবাদী আছিলোঁ আৰুContinue Reading

Share it with: