way of life

  ভগৱান শিৱ হৈছে আমাৰ আৰাধ্য দেৱতা সেই হেতুকে আমি গৃহত শিৱৰ মূৰ্তি অথবা শিৱলিংগ প্ৰতিষ্ঠা কৰো, আৰু সেয়া কেতিয়াও বেয়া কথা নহয় বৰং সেইকথা ই আপোনাৰ ভগৱান শিৱৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধাকে প্ৰতিপন্ন কৰে। কিন্তু যদি গৃহত কোনো প্ৰকাৰৰ শিৱলিংগ অথবা ভগৱান শিৱৰ মূৰ্তি অথবা শিৱৰ ফটো আদিContinue Reading

Share it with:

  প্ৰাচীন কালৰে পৰা শিৱ লিংগৰ পূজা অৰ্চনা বিৰাজমান ; বহুজনে প্ৰশ্ন কৰে আকৌ যে শিৱলিংগ আচলতে কি ? হিন্দু পুৰাণ অনুসৰি ভগৱান শংকৰ যিজনেই দেৱ আদিদেৱ মহাদেৱ ৰূপে পৰিচিত তেওঁৰ লিংগকে শিৱলিংগ বুজা যায়। শিৱলিংগ হৈছে পুৰুষ লিংগ, যদি ভালদৰে এই শিৱলিংগৰ গঠন লক্ষ্য কৰা যায় তেতিয়া দেখা যায়Continue Reading

Share it with: