কেৰাহী এনেদৰে চাফা কৰক নতুন হৈ যাব!আচৰিত হব লগা দিহা,
2021-08-24
ঘৰৰ কলা পৰি যোৱা চৰুটি এই সহজ উপায়েৰে চকচকীয়া কৰক :- ঘৰৰ চৰু বা কেৰাহী বিভিন্ন ব্যঞ্জন ৰান্ধোতে ৰান্ধোতে ভালকৈ পৰিষ্কাৰ কৰি থাকিলেও ইয়াৰ তলৰ ভাগে নহয় ওপৰৰ ভাগতো কলা দাগ পৰি যায় । গৃহিনীৰ বহু ইচ্ছা থাকিলেও, বহু যত্ন কৰিলেও, বহু ভীমবাৰ ঘঁহি থাকিলেও এই চৰুৰ কলা দাগContinue Reading