ব্যৱহাৰ কৰি কৰি লেতেৰা হৈ পৰা ফনিখন এনেদৰে পৰিষ্কাৰ কৰক
2021-08-28
ব্যৱহাৰ কৰি কৰি লেতেৰা হৈ পৰা ফনিখন এনেদৰে পৰিষ্কাৰ কৰক:- নতুন ফনিখন কিনি আনি কিছুদিন ব্যৱহাৰ কৰাৰ পিছতে ফনিখনৰ দাঁতবোৰৰ মাজে মাজে কিছু কলা কলা লেতেৰা জমা হৈ পৰে । আৰু যদিহে এই ফনিখন বহুজনেই ব্যৱহাৰ কৰিছে তেন্তে এই লেতেৰা সমূহত কিছু ৰোগৰ বীজাণুও জমা হৈ থাকিব পাৰে। যদিহেContinue Reading