চিৰযৌৱনা হৈ থাকিবলৈ আঙুৰ খাওক-স্মৃতি শক্তি বৰ্ধক!!
2021-08-15
সদায় আঙুৰ খালে কি স্বাস্থ্য উপকাৰ হব ?? ডায়েবেটিচ ৰোগ বাঢ়িব নেকি?? আঙুৰ এবিধ সুস্বাদু ফল। সমগ্ৰ বিশ্বতে প্ৰায় ২০০ প্রকাৰৰ আঙুৰ উপলব্ধ। ঠিক তেনেদৰে ইয়াৰ ৰঙবোৰো ভিন্ন যেনে:- কলা, বগা, গুলপীয়া, সেউজীয়া আৰু নীলা আদি। একেদৰে এই আঙুৰক পৰিপুষ্টিৰ ভঁৰাল বুলি কোৱা হয়। মানুহৰ শৰীৰত প্ৰয়োজন হোৱা প্ৰাইবিধContinue Reading