GREAT LINES FOR MANKIND

  এবাৰ গৌতম বুদ্ধই নিজৰ ৰাজ্যৰ বাহিৰৰ এখন গাওঁত আশ্ৰয় লৈছিল, সেই একেখন গাওঁৰে কিছু নিলগত এজন মুচি নিজৰ পৰিয়ালৰ সৈতে জীৱন যাপন কৰিছিল ; মুচিৰ ঘৰৰ পিছফালে এটি পুখুৰী আছিল আৰু সেই পুখুৰীত মুচিজনে প্ৰতিদিনে পুৱা পানী তুলিবলৈ গৈছিল। প্ৰত্যেক দিনাৰ দৰে মুচিয়ে সিদিনাখন ৰাতিপুৱা সেই পুখুৰীলৈ পানী আনিবContinue Reading

Share it with:
Golden notes for human life

  বহুসময়ত মানুহৰ জীৱনত এনে কিছু ঘটনা ঘটে যিয়ে বহুত বেছি কষ্ট দিয়ে, যিয়ে মানুহৰ আত্মবিশ্বাস ভাঙি দিয়ে , বিশেষকৈ তেতিয়া,, যেতিয়া কোনো মানুহে আমাক অপমান কৰে। মানুহে যেতিয়া আমাক অপমান কৰে তেতিয়া আমি ভাবো যে ইয়াৰ প্ৰতিশোধ কেনেকৈ লম অৰ্থাৎ আমিও তেওঁৰ অপমান কিদৰে কৰিম ! মানৱ জীৱনৰ এইContinue Reading

Share it with:

  এদিন গৌতম বুদ্ধৰ ওচৰলৈ এজন ৰজা আহিছিল আৰু কৈছিল, ” হে প্ৰভু, মই যিদিনাৰ পৰা আপোনাৰ শিষ্য হৈছোঁ , নিজকে সলনি কৰি অনেক ভাল হৈ গৈছোঁ সিদিনাৰ পৰা মানুহে মোক ভয় নকৰা হৈছে বৰং মানুহে মোক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা হৈছে ; যেতিয়ালৈ মই আপোনাৰ শিষ্য হোৱা নাছিলোঁ তেতিয়ালৈContinue Reading

Share it with:
WHAT TO DO IN BAD TIME

  ভগৱান আছে বুলি সকলোৱে বিশ্বাস কৰে আৰু কৰোঁ আৰু এইটোও বিশ্বাস আছে যে ভগৱানে সকলো জীৱ জন্তুক সমানে মৰম কৰে ; ঠিক একেদৰে সকলো মানুহক তেওঁ সমান চকুৰে চাই। কিন্তু তথাপিও বহু মানুহৰ জীৱনত বহু সমস্যা , বহু বিপদ কিয় আহে ? ভগৱানে, আল্লাহে বা ঈশ্বৰে মানুহ বিপদত পৰাContinue Reading

Share it with: