বেছি প্ৰ’টিনযুক্ত খাদ্য কোনে খাব লাগে ? কি খাদ্যত থাকে বেছিকৈ প্ৰ’টিন ?   প্ৰটিন হ’ল দেহ গঠনকাৰী মৌলিক উপাদান সমূহৰ এটি। আন কেইটি হ’ল কাৰ্বোহাইড্ৰেট, চৰ্বী, খনিজ লৱন, ভিটামিন আৰু পানী। মানুহৰ দেহ প্ৰায় ৬২% পানী, ১৬% প্ৰটিন, ৬% খনিজ লৱন, ১% তকৈ কম কাৰ্বোহাইড্ৰেট আৰু অতি নগণ্য ভিটামিনেৰেContinue Reading

Share it with: