এইবাৰ কভিড 19 ৰ স্বাৱ পৰীক্ষা কৰোতে ফুটিল মগজুৰ বেৰ :-      এগৰাকী 40 বছৰীয়া ভদ্ৰ মহিলাৰ কভিড 19 পৰীক্ষাৰ বাবে নাকৰ স্বাৱ সংগ্ৰহ কৰোতে পৰীক্ষাৰ ষ্টিক ডাল নাকৰ চাইনাচেৰে সোমাই গৈ মগজুৰ বেৰত আঘাত কৰাৰ ফলত নাকেৰে মগজুৰ পানী (CSF) ওলাই অহা ঘটনাই সকলোৰে চকু কপালত তুলিছে ।Continue Reading

Share it with: