জানেনে বেঙেনাক মগজুৰ খাদ্য বুলি কয় // বেঙেনা নাখায় নেকি আপুনি ??
2020-11-11
বেঙেনা কিয় খাব লাগে ?? বেঙেনাক বিভিন্ন উপমাৰে অলংকৃত কৰা হৈছে যেনে:- পাচলিৰ ৰজা, মগজুৰ খাদ্য, পাচলিৰ কণী ইত্যাদি। কিয়নো বেঙেনা কিমান উপকাৰী শুনিলে আপোনাৰ চকু কপালত উঠিব। বেঙেনা ৰ উপকাৰী গুণাগুণ সমূহ :- ১) বেঙেনা ত প্ৰাকৃতিক ভাবে সমৃদ্ধ হৈ থাকে প্ৰচুৰ পৰিমাণৰ ফাইট’ নিউত্ৰীয়েন্টছ । সেইContinue Reading