control your anger alike

 জ্ঞানী মানুহ এজনৰো কেতিয়াবা নহয় কেতিয়াবা খং উঠে , সাধাৰণ মানুহৰ কথা বেলেগ ; আৰু যেতিয়া সেই খং মানুহৰ মূৰৰ কামোৰণি হৈ পৰে তেতিয়াই সেই খং আৰু ৰাগৰ ফলত বহু ধৰণৰ ধ্বংস কাৰ্য্য আৰু বহু সম্পৰ্ক বিনষ্ট হৈ পৰিব পাৰে , কোনোবাই আত্মহত্যা কৰে , কাৰোবাৰ সম্পৰ্ক বিনষ্ট হৈ পৰে,Continue Reading

Share it with:
worthy lesson for life

   যদিহে প্ৰত্যেক দিন নিজৰ কৰ্ম ব্যস্ততাৰ বাবে গীতা পাঠ কৰাৰ সময় নাথাকে তেনেহলে দিনটোৰ আৰম্ভণিতে গীতাত কোৱা দুটা কথা অৱশ্যেই মনত পেলাওক। যদিহে এই দুটা কথা স্মৰণ কৰি মানুহে নিজৰ দিনটো আৰম্ভণি কৰে তেন্তে ভগৱান ৰ কৃপাত মানুহৰ সকলো দুখ, কষ্ট আৰু অমংগল নাশ হৈ পৰিব, দিনটোৰ সকলো কৰ্মতContinue Reading

Share it with:
HOW TO GET EVERYTHING IN LIFE

 খুব সহজ সৰল পদ্ধতিৰ দ্বাৰা আমি আমাৰ ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিব পাৰো, আৰু সেইখিনিতে তেওঁ সন্তুষ্ট হৈ পৰে কিয়নো তেখেত অতি সৰল। প্ৰত্যেক দিনে যদি আমি কৃষ্ণৰ আৰাধনা কৰো তেতিয়াহে ভগৱান কৃষ্ণ সন্তুষ্ট হৈ পৰিব মাত্ৰ এটি বিষয় মনোযোগ দিব লাগে যাতে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কোনো ব্যয়বহুল নহয়, তেখেতক পুঁজিবলৈContinue Reading

Share it with: