আপুনি কিমান দিন মূৰত ধুৱে বিছনা চাদৰ ? বহুজনৰ নাই শুদ্ধ উত্তৰ-
2022-01-10
বহু লোকৰে ধাৰণা নাই যে কিমান দিন মূৰত বিছনা চাদৰ সলনি কৰিব লাগে। সপ্তাহত এবাৰ নে সপ্তাহত দুবাৰকৈ নে সপ্তাহত তিনিবাৰ নে প্ৰতিদিনে বিছনা চাদৰ সলনি কৰিব লাগে ? সুস্থ থকাৰ বাবে যেনেকৈ স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ প্ৰয়োজন ঠিক তেনেদৰে কিছুমান স্বাস্থ্যকৰ অভ্যাসৰো প্ৰয়োজন। সেইবাবে গুৰুত্ব দিয়া প্ৰয়োজন দৈনিকContinue Reading