মানুহে নিজৰ বিফলতা ঢাকিবলৈ মাত্ৰ ভাগ্য আৰু  সময়ক দোষ দিয়ে । কিন্তু মনত ৰখা উচিত যে ভাগ্য আৰু ভাল সময়তো যদি কোনোবাই হাত সাৱটি বহি থাকে লক্ষ্য আৰু উদ্দেশ্যত কেতিয়াও উপনীত হ’ব নোৱাৰে। ভগৱন্তই দিব দিব বুলি আশা কৰি হাত সাৱটি বহি থাকিলেও একো পোৱা নাযায়। তাৰোপৰি এনে কিছুমানContinue Reading

Share it with: