GOOSEBERRY HEALTH BENIFITS

মধুমেহ ৰোগীসকলেও গ্ৰহণ কৰক আমলখি যাৰ ফলত ৰক্ত শৰ্কৰা স্তৰ সদায়ে থাকিব নিয়ন্ত্ৰণত !!   আমলখি হৈছে এবিধ ৰসায়ন দ্ৰব্য (Rejuvination)। এই আমলখিৰ আছে বিভিন্ন স্বাস্থ্যসন্মত উপকাৰ এই কথা প্ৰমাণ কৰে এই আমলখিত থকা পোষক দ্ৰব্য বিশেষে।    প্ৰবাদ আছে এটা আমলখিয়ে এটা কণীতকৈ বা এগিলাছ গাখীৰতকৈ ভাল ফল দিয়ে।Continue Reading

Share it with: