HOW TO CLEAN DIMOND, GOLD, SILVER ORNAMENT EASILY AT HOME

পুৰণি সোন আৰু ৰূপৰ গহনা কেনেকৈ ঘৰতে চকচকীয়া কৰিব ?   আপোনাৰ সোন, ৰূপ, আৰু ডাইমণ্ড আদিৰ গহনা বোৰ পিন্ধোতে পিন্ধোতে দেখাত কলা পৰি যায় অৰ্থাৎ উজ্জ্বলতা কমি যায়। আৰু সেয়া হয় ধূলি বালি, দেহৰ ঘাম আৰু পৰিৱেশৰ প্ৰদূষণৰ পৰা। আনকি বাকচত ৰাখিলেও বতাহৰ সংস্পৰ্শত ই কলা হৈ পৰিব পাৰে।Continue Reading

Share it with: