শেৱালি ফুল খাই নেকি ?? কিন্তু কেনেকৈ খাই ??
2020-11-04
শেৱালি ফুল খাব কিন্তু কেনেকৈ ? শেৱালি ফুলৰ বৈজ্ঞানীক নাম হ’ল Jasminum sanbac শেৱালি ফুলত থকা ঘাই উপাদান সমূহ হ’ল -কৌমাৰিণচ, কাৰদিয়েক গ্লাইকচাইড, জৈৱ তেল, ফ্লেভোনইদ, ফেনোলিদচ, চেকনিকচ আৰু ষ্টেৰইদচ থাকে। শেৱালি ফুলত বহুতো ঔষধী গুণ সৰ্বজন বিধিত। শেৱালিৰ পাত, ফুল আৰু গছৰ বাকলি উত্তম দেহৰ ৰোগ প্ৰতিৰোধক। Continue Reading