ৰাতি দেৰিকৈ শুলে এই বিপদ আহিবই ! ডোপামিন কম ক্ষৰণ হৈ হ’ব ডিপ্ৰেছন !
2022-04-06
Early to bed early to rise এই কথা আমি সকলোৱে বয়োজ্যেষ্ঠ সকলৰ মুখৰ পৰা শুনিয়েই থাকোঁ আৰু কিতাপটো লিখা আছে ; সেয়ে বহুজনে এই কথা মানি চলে এই কথা, কিয়নো ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিলে স্বাস্থ্যৰ উপকাৰী বুলি মানি লোৱা হয় আৰু যিসকলে ইয়াৰ বিপৰীত কৰে তাক বেয়াContinue Reading