life changing advise of Acarya Canakya

চাৰি প্ৰকাৰৰ ইচ্ছা মানুহৰ কেতিয়াও পূৰণ নহয় !! – আচাৰ্য চাণক্য     আচাৰ্য চাণক্য আছিল অতীত কালৰ শ্ৰেষ্ঠ বুদ্ধিমান লোক সকলৰ মাজত এজন। তেওঁ মানুহৰ জীৱন পৰিক্ৰমা ৰ বহু মূল্যৱান উপদেশ দি থৈ গৈছে যি সমুহৰ প্ৰয়োজন বৰ্তমান সমাজ ব্যৱস্থাতো উলাই কৰা টান। তাৰে কিছুমান মানৱ সভ্যতাৰ বাবে অতি প্ৰয়োজনীয়।Continue Reading

Share it with: