গেলা গৰমত ঘামচি হৈছে নেকি ? পৰিত্ৰাণৰ ঘৰুৱা দিহা :- গ্ৰীষ্মকালত দেহৰ ছাল খনে গৰম সহিব নোৱাৰাৰ ফলত ছালত ওলোৱা গুটি সদৃশ অৰ্থাৎ ঘামচি (prickly heat) বোৰে কেতিয়াবা খজুৱতি আৰু জ্বলা পোৰা কৰে।যদিহে আপুনি এই ঘামচিৰ সমস্যাত ভুগিছে তেনেহলে পৰিত্ৰাণৰ বাবে ব্যৱহাৰ কৰক আমাৰ এই ঘৰুৱা দিহা । দিহা একContinue Reading

Share it with: