Social media use

  এবাৰ ফেচবুক আবিষ্কাৰক মাৰ্ক জোকাৰবাৰ্গক এটি সাক্ষাৎকাৰত প্ৰশ্ন কৰা হৈছিল “আপুনি যোৱা ৰাতি কোনখন হোটেলত আছিল “? প্ৰশ্ন শুনি মাৰ্কে কিছু সময় মনে মনে আছিল আৰু পিছত উত্তৰ দিছিল যে তেওঁৰ মনত নাই। তাৰ পিছত তেওঁক প্ৰশ্ন কৰা হৈছিল যে আপুনি যোৱা সপ্তাহত কোন কোন মানুহৰ সৈতে ফোনত কথাContinue Reading

Share it with: