এটি পৰিয়াল কামাখ্যাত ভৰি দিলেই নিঃশেষ হৈ যাব ! – ৰহস্যময় কথা।
2023-06-24
অসমৰ এটি পৰিয়ালে কামাখ্যা মন্দিৰত ভৰি দিলেই নিঃশেষ হৈ যাব কিয়নো অভিশাপ আছে সেই পৰিয়ালৰ ওপৰত মা কামাখ্যা দেৱীৰ। বৰ্তমান কামাখ্যাত অম্বুবাচী উৎসৱ উলহ মালহেৰে অনুষ্ঠিত হৈ আছে। আৰু সেইবাবেই কামাখ্যা মন্দিৰ আৰু নিলাচল পাহাৰ এই অম্বুবাচীৰ সময়কাল ভক্ত সকলৰ দ্বাৰা ভৰি পৰিছে। অকল এই অম্বুবাচীৰ সময়তে নহয় গোটেইContinue Reading