কি কি লক্ষণ থাকিলে বুজিব যে আপোনাৰ শিশু বুদ্ধিমান ?
2022-08-15
আপোনাৰ সন্তান যদি বুদ্ধিমান হয় তেনেহলে আপুনি তাৰ অনুমান শিশুকালৰ পৰাই পাব পাৰে ; আৰু যদিহে খুব অসাধাৰণ গুণসম্পন্ন হয় আপোনাৰ শিশু, তাৰ বাহিৰে আন একো আনন্দৰ কথা থাকিব নোৱাৰে পিতৃ মাতৃ হিচাপে। যদি আপোনাৰ শিশু সাধাৰণ গুণৰো হয় তথাপিও শিশুৰ ওপৰত চাপ প্ৰয়োগ কৰা অনুচিত। এনে কিছুমান গুণContinue Reading