good and bad effects of this coming lunar eclipse

১৯ নবেম্বৰত হ’ব ভয়ংকৰ চন্দ্ৰ গ্ৰহণ !! ৪ টা ৰাশি হ’ব মালামাল !!

১৯ নবেম্বৰ হ’ব ভয়ংকৰ চন্দ্ৰ গ্ৰহণ !! ৪ টা ৰাশি হ’ব মালামাল !!

   এই বছৰৰ শেষৰটি চন্দ্ৰ গ্ৰহন এই মাহৰ পূৰ্ণিমা তিথি ১৯ নবেম্বৰৰ দিনাখন হবলৈ গৈ আছে । শুক্ৰবাৰে কৃতিকা নক্ষত্ৰ আৰু বিষৱ ৰাশিত হ’ব চন্দ্ৰ গ্ৰহণ । এই গ্ৰহণ ১৯ নবেম্বৰ অৰ্থাৎ শুক্ৰবাৰে ৰাতিপুৱা ১১ বাজি ৩০ মিনিটৰ পৰা সন্ধিয়া ৫ বজালৈ থাকিব। গণনা অনুসৰি এই দিনটোত বৃশ্চিক ৰাশিৰ ওপৰত ভাল প্ৰভাৱ দেখিবলৈ পোৱা নাযাব ; লগতে কেইটামান ৰাশিৰ লোকৰ ওপৰত ভাল প্ৰভাৱ পৰিব আৰু কিছুমান ৰাশিৰ ওপৰত কুপ্ৰভাব পৰিব।

this coming lunar eclipse will bring happy life for some people

   চন্দ্ৰ গ্ৰহন সাধাৰণতে শুভ লক্ষণ বুলি মান্যতা কৰা নহয় , এই সময়খিনিক বেয়া শক্তিৰ আবিৰ্ভাৱ বুলি মান্য কৰা হয়। চন্দ্ৰ গ্ৰহণৰ সময়ত সকলো জীৱ-জন্তু আৰু মনুষ্যৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰে। সেয়ে এই সময়ত কেইটামান ৰাশিৰ লোকে সাবধানে থকা মঙ্গল।

    আগন্তুক ১৯ তাৰিখে হ’বলগীয়া চন্দ্ৰ গ্ৰহণ আংশিক ভাবে দেখা যাব অসম আৰু অৰুণাচলত। চন্দ্ৰ গ্ৰহণৰ ৯ ঘন্টাৰ আগৰ পৰাই অমংগল সময় আৰম্ভ হয় সেয়ে এই সময়খিনিত কোনো ধৰণৰ ৰন্ধা বঢ়া কৰা, কোনো ধৰণৰ পূজা পাতল কৰাটো উচিত নহয় । কিয়নো এই এই সময়খিনিত ভগৱানো চিন্তাত থাকে বুলি কোৱা হৈছে । এই সময়ত কেৱল মাত্ৰ মানৱ পূজা কৰাটোহে উচিত । ইয়াৰ উপৰিও এই সময়ত ৰোগীয়া লোক, গৰ্ভৱতী মহিলা আৰু সৰু ল’ৰা ছোৱালীৰ বাহিৰে কোনোৱে ভোজন গ্ৰহণ কৰাতো উচিত নহয় । এই সময়ত খোৱা খাদ্য বস্তুত তুলসী পাত নিশ্চয়কৈ ৰাখিব লাগে। এই সময়ত চোকা আৰু তীক্ষ্ণ কোনো বস্তুয়ে ব্যৱহাৰ নকৰা বেছি ভাল , গ্ৰহনৰ সময়খিনিত খং ৰাগ হাই কাজিয়া কৰাটো উচিত নহয় ।

  গ্ৰহন শেষ হোৱাৰ পিছত অৱশ্যেই স্নান কৰিব লাগে। তাৰ পিছত শিৱক আৰাধানা কৰা মংগলজনক। চন্দ্ৰ গ্ৰহনৰ সময়ত ৰাহু কেতুৰ লগত জড়িত মন্ত্ৰখিনি উচ্চাৰণ কৰা, হনুমান চালিচা , বিষ্ণু চালিচা আদি মন্ত্ৰ জপ কৰা দৰকাৰী।

  কোনকেইটা ৰাশিৰ ওপৰত এই চন্দ্ৰ গ্ৰহনে খুবেই বেছি ভাল প্ৰভাৱ আনিব ?

this lunar eclipse will bring prosperity to some peolple

১) মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই গ্ৰহনটো খুবেই বেছি শুভ আৰু লাভ দায়ক । এওঁলোকে সম্পত্তিৰ ক্ষেত্ৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। মাটি বাৰীৰ সমস্যা সমাধান হ’ব, চাকৰি বাকৰিৰ সংযোগ হ’ব, মান সন্মান বৃদ্ধি হ’ব, আৰ্থিক সমস্যা দূৰ হ’ব ।

২) মিথুন ৰাশিৰ ক্ষেত্ৰতো একেই ভাল প্ৰতিফলন প্ৰায় দেখিবলৈ পোৱা যায়।

৩) কন্যা ৰাশিৰ লোকে পাব ভাল ফল। এওঁলোকৰ আৰ্থিক অৱস্থা টনকিয়াল হ’ব, উপাৰ্জনৰ পথ প্ৰশস্ত হ’ব। এই ৰাশিৰ লোকৰ বাবে প্ৰেম আৰু বিবাহৰ সংযোগ ঘটিব। সংসাৰত সুখ আহিব।

৪) মকৰ ৰাশি ক্ষেত্ৰটো খুবেই বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব পাৰে এই চন্দ্ৰ গ্ৰহণৰ পৰা। ধন সম্পত্তিৰ সংযোগ হ’ব, শিক্ষাৰ ক্ষেত্ৰত শুভ দিনৰ সংযোগ হ’ব , ঘৰুৱা মঙ্গলিক কাম কাজৰ সম্ভাৱনা থাকিব, বিবাহৰ সংযোগ ঘটিব।

what will happen in coming lunar eclipse

এই চন্দ্ৰ গ্ৰহণত সাৱধানে থাকিব কেইটামান ৰাশিৰ লোকে ; এই চন্দ্ৰ গ্ৰহন যিহেতু বৃষব ৰাশিৰ ওপৰত লাগিছে সেয়ে এই দিনটোত যিসকল এই ৰাশিৰ সন্তান জন্ম হ’ব সেই জাতক জাতিকাৰ ক্ষেত্ৰত খুবেই বেছি চন্দ্ৰ গ্ৰহনৰ কুপ্ৰভাৱ পৰিব পাৰে। এনেদৰে কুম্ভ , মিন আৰু বৃশ্চিক ৰাশিৰ লোকো এই গ্ৰহণৰ সময়ত সাৱধান হোৱা প্ৰয়োজন।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *