পেচাব জ্বলা পোৰাৰ ঘৰুৱা দিহা // ডাঃ অজিমুদ্দিন আহমেদ
১. এক গিলাচ গৰম পানীত আধা চামুচ বেকিং চৌদা মিহলাই ৰাতিপুৱা খালি পেটত চাৰি-পাচ দিন খাওক।
—-নাইবা —-
২. তিনি চামুচ কেচা ধনীয়া পাতৰ মিশ্ৰণ এক গিলাচ পানীত উতলিবলৈ দিয়ক। ঠাণ্ডা হোৱাৰ পিছত চেকি লৈ খাদ্য খোৱাৰ পিছত দুই-তিনি বাৰ খাব।
—–নাইবা —-
৩. এগিলাচ গৰম পানীত এক চামুচ অজইনৰ গুটি আৰু এচামুচ নেমুৰ ৰস মিহলাই খাদ্য গ্ৰহণ কৰাৰ পিছত দিনে দুবাৰকৈ সেৱন কৰিব।
—– নাইবা —–
৪. প্ৰতিদিনে তিনি গিলাচ কৈ ক্ৰেনবেৰি (মাটি-কমলা) ৰ ৰস সেৱন কৰক।
—– লগতে ——
৫. দৈনিক চাৰি-পাচ গিলাচ গৰম পানী খাব।
৬. খাদ্যৰ লগত নেমু খাব লাগে।
আৰু এইবোৰ দিহাৰে পৰিত্ৰাণ নাপালে চিকিৎসকৰ পৰামৰ্শ লব।
আপুনি যদিহে নিশ্চয় আমাৰ ৰিপোৰ্ট ভাল পাইছে তেন্তে আমাৰ ইউতিউব চেনেল চাবস্ক্ৰাইব কৰক আৰু আমাক ফেচবুক পেজ “কমলপুৰ এক্সপ্ৰেছ” ফলও কৰক ??