এজনী ছোৱালী সকলো সময়তে অসহায় ; অসহায় কেতিয়াবা তেওঁৰ পৰিয়ালৰ সৈতে, অসহায় কেতিয়াবা তেওঁৰ স্বামীৰ কাষত, কেতিয়াবা অসহায় তেওঁৰ নিজৰ ইচ্ছাৰ ওচৰত, কেতিয়াবা অসহায় তেওঁৰ সপোন বোৰৰ ওচৰত আৰু কেতিয়াবা অসহায় তেওঁৰ প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত। ছোৱালীৰ আধা জীৱন মানি লওঁতে লওঁতে কাটি যায়, সেয়া দেউতাৰ ঘৰতে হওঁক বা তেওঁৰContinue Reading

Share it with: