Different existence of Shiva

  হিন্দু ধৰ্মৰ প্ৰধান আৰাধ্য হৈছে দেৱ আদিদেৱ মহাদেৱ , সৃষ্টিৰ আদিৰ পৰা যাৰ অস্তিত্ব বিৰাজমান তেওঁ হৈছে ভগৱান শিৱ। হিন্দু পুৰাণত ভগৱান শিৱক ধ্বংসকৰ্তা বা destroyer বুলিও কোৱা হৈছিল। হিন্দু মহাপুৰাণ সমূহত মহাদেৱ শিৱৰ বিভিন্ন কাহিনীৰ বর্ণনা আছে আৰু বেদত আছে শিৱৰ ৰুদ্ৰৰূপৰ ব্যাখ্যা। সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুৰ যেনেকৈContinue Reading

Share it with:

 এটি মন্ত্ৰ যাৰ দ্বাৰা বহুত কিছু কৰা সম্ভৱ, দুৰাৰোগ্য ব্যাধিৰ পৰা যেনেকৈ মুক্তি লাভ সম্ভৱ ঠিক একেদৰে অকাল মৃত্যুৰ হাতৰ পৰাও এই মন্ত্ৰ পাঠ কৰি ৰক্ষা পোৱা সম্ভৱ। আনকি প্ৰাচীন বেদত এই কথাও উল্লেখ আছে যে কোনোবাই যদি নিয়মীয়া কৈ এই মন্ত্ৰ পাঠ কৰে তেনেহলে সমস্ত ধৰণৰ বিপদৰ পৰা ৰক্ষাContinue Reading

Share it with: