qualities of smart wife

  এইটো এশ শতাংশ সত্য যে কোনো এখন সংসাৰ, স্বামী আৰু স্ত্ৰীৰ উভয়ৰে মিলিত প্ৰয়াসতহে মধুময় আৰু প্ৰফুল্ল হৈ পৰে ; যি স্বামী আৰু স্ত্ৰী উভয়ৰে পৰিপুৰক। এখন সংসাৰ মধুৰ হ’বলৈ স্ত্ৰীৰ যিমানেই দায়িত্ব থাকে সিমানেই স্বামীৰো থাকে। সংসাৰত স্বামীৰ ভূমিকা কেনে হোৱা উচিত সেয়া পৰৱৰ্তী পোষ্ট যোগে বৰ্ণনা কৰাContinue Reading

Share it with: