marriage years of girls

 নাৰী পুৰুষৰ সমানে অধিকাৰ লৈ সমাজত সদায় বিতৰ্ক থাকে, সমাজ বহু সলনি হৈছে যদিওবা বহু কিছু প্ৰচলিত ধ্যান ধাৰণা আজিও সমাজত বিৰাজমান হৈ আছে। এতিয়াও সমাজে কব বিচাৰে যে এজনী ছোৱালীৰ প্ৰধান লক্ষ্য হৈছে বিবাহ। আজিও এই ধাৰণাটো মানুহৰ মাজত কুসংস্কাৰৰ দৰে ৰৈ আছে। কথাতে কয় যে ছোৱালী কুৰিতে বুঢ়ী।Continue Reading

Share it with: