বুধবাৰৰ পৰা আৰম্ভ হব পবিত্ৰ ভাদ মাহ। এই মাহতে দুজনা গুৰুৰে তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী লগতে বিশ্বকৰ্মাৰ পূজা। ভাদ মাহ আৰম্ভৰ লগে চহা কৃষকৰ পথাৰৰ ব্যস্ততা নাইকিয়া হয়। অসমীয়া সমাজত ভাদ মাহ এটি ডাঙৰ মাহ আৰু বহুজনে এই মাহ এক অতি পবিত্র মাহ হিচাপে মান্যতা দিছে । কিয়নো এই মাহতেContinue Reading

Share it with: