স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে চকু নমা হ’লে কি কৰা উচিত ? VIRAL EYE FLU ….
2023-08-11
আজি প্ৰায় দুই তিনি সপ্তাহৰ পৰা চকু নমা ( বা চকু উঠা বা চকু ৰঙা পৰা ইংৰাজীত pink eye ) নামৰ চকুৰ ৰোগ বিধ বহু লোকৰ হোৱা পৰিলক্ষিত হৈছে। যিটো চিকিৎসা বিজ্ঞানে Viral conjunctivitis বুলি চিনাক্ত কৰিছে। ঘাইকৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু জনবহুল ঠাইত বিচৰণ কৰা লোকসকলৰ মাজতContinue Reading