Bhutan land of tourist

   প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰহস্যময় এখন দেশ হৈছে ভূটান। এই ভূটানৰ নাম শুনিলে এখন সুন্দৰ দেশৰ কথা মনত পৰে। এই দেশৰ আকাৰ, আকৃতি , অৱস্থান আৰু সৌন্দৰ্য অনুসৰি এই দেশক মিনি চুইজাৰলেণ্ড বুলি অভিহিত কৰা হয়। এই দেশৰ মানুহ খুব অতিথি পৰায়ন আৰু তেওঁলোক খুব বহল হৃদয়ৰ। এই দেশৰ গাওঁContinue Reading

Share it with: