Husband and wife relationship

 এই কথাটো আমি প্ৰায়ে শুনি থাকোঁ যে স্বামী স্ত্ৰীৰ মাজত সাত জনমৰ সম্পৰ্ক থাকে। আমি সকলোৱে দেখিছোঁ যে বিবাহৰ সময়ত কইনা আৰু দৰাই ইজনে সিজনৰ সৈতে অগ্নি দেৱতাক সাক্ষী কৰি সাত পাক ঘুৰে ; আৰু সেই সাত পাকৰ মাজত মন্ত্ৰ উচ্চাৰণৰ মাধ্যমত সাত জন্মৰ প্ৰতিজ্ঞাক দৃঢ়তা দিয়া হয়। বহু সময়তContinue Reading

Share it with: