দেউতা হোৱাৰ উচিত বয়স জানি থওঁক লগতে আৰু কিছু পৰামৰ্শ।
2022-06-29
মানুহ ৯২ বছৰ বয়সতো পিতৃ হোৱাৰ অভিলেখ আছে গ্ৰীনিছ বুকত যদিওবা ৫০ বছৰৰ পিছত পিতৃ হোৱা লোক খুব কম দেখা যায়। সেইবুলি যেনেকৈ ৪৫ বছৰৰ পিছত মহিলাৰ ঋতুস্ৰাৱ বন্ধ হৈ মা হ’ব নোৱাৰা হয় ঠিক তেনেকৈ পুৰুষ এজন পিতৃ হোৱা কথাটো একে নহয় , ই সম্পূৰ্ণ পৃথক। বয়সৰ লগেContinue Reading